বংগত কোৰোনাই প্ৰাণ ল’লে এগৰাকী লোকৰ…

বংগত কোৰোনাই প্ৰাণ ল’লে এগৰাকী লোকৰ…
  • ভাৰতত কোৰোনাই প্ৰাণ ল'লে আন এগৰাকী ৰোগীৰ।
  • পশ্চিম বংগত মৃত্যু হৈছে এই ৰোগীগৰাকীৰ।
  • ৰাজ্যখনৰ এগৰাকী স্বাস্থ্যবিষয়াই সদৰি কৰিছে এই তথ্য।
  • উল্লেখ্য যে, কোৰোনাত আক্ৰান্ত হৈ বংগত বৰ্তমান লৈকে মৃত্যু হৈছে ২ গৰাকী লোকৰ।
  • ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা হৈছে ২১ ।
  • এই মৃত্যুৰ লগে লগে ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৯ লৈ বৃদ্ধি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in