ৰেকৰ্ডঃ কোৰোনাত আক্ৰান্ত হৈ দেশত ২৪ ঘন্টাত মৃত্যু ৭৩ গৰাকী লোকৰ…

ৰেকৰ্ডঃ কোৰোনাত আক্ৰান্ত হৈ  দেশত ২৪ ঘন্টাত মৃত্যু ৭৩ গৰাকী লোকৰ…

ডিজিটেল ডেস্কঃ দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোৰোনাৰ সন্ত্ৰাস। বিগত ২৪ ঘন্টাত দেশত মৃত্যু হৈছে ৭৩ গৰাকীকৈ লোক। ইফালে ২৪ ঘন্টাৰ ভিতৰত আক্ৰান্তৰ সংখ্যা হৈছে ১৮৯৭। উল্লেখ কৰা প্ৰয়োজন যে, মাত্ৰ ২৪ ঘন্টাৰ ভিতৰত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লোকৰ সংখ্যা এয়াই হৈছে সৰ্বাধিক। দেশৰ ভিতৰতে সৰ্বাধিক কোৰোনাত আক্ৰান্ত হোৱা দেশখন হ'ল মহাৰাষ্ট্ৰ। ৰাজ্যখনত কোৰোনাত ৯০০০ হাজাৰো অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃ্ত্যু হৈছে ৪০০ লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in