শেহতীয়া খবৰ
পুনৰ ২৮৮৬জনৰ দেহত কোভিড-১৯ঃ ৫৫০জন কামৰূপ মেট্ৰৰ, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৮,১৬১লৈ বৃদ্ধি...  •  গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...  •  ছীজল আগৰৱালাসহ ৰাজ্যৰ ৫জন উত্তীৰ্ণ ইউপিএছচিত...VIDEO  •  তলাবন্ধ চিৰিয়াখানাত দৰ্শকৰ অনুপস্থিতিত এয়া কি চলিছে...

এবছৰলৈ কোভিড-১৯ প্ৰতিৰোধৰ বাবে দিয়া চৰকাৰী নীতি-নিয়ম মানিব লাগিব কেৰালাবাসীয়ে…

263

ডিজিটেল ডেস্কঃ দেশত কোৰোনা সংকটৰ মাজতে কেৰালা চৰকাৰে ৰাজ্যবাসীয়ে কোভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দিয়া নীতি-নিয়মবোৰ আগন্তুক এবছৰৰ বাবে মানি চলাটো জৰুৰী বুলি নিৰ্দেশ জাৰি কৰে। কেৰালা চৰকাৰে শনিবাৰে কয় যে, আৰু এবছৰৰ বাবে এই নিয়মসমূহ জাৰি ৰখা হ’ব। সকলোৱে সামাজিক দূৰত্ব বৰ্তাই ৰখা, মাক্স পৰিধান কৰা নিয়মবোৰ পালন কৰাটো বাধ্যতামূলক।

কেৰালাত কাৰ্যালয়সমূহত কৰ্মচাৰীসকলে মাস্ক পৰিধান কৰা, সামাজিক ব্যৱধান বৰ্তাই ৰখা, বিবাহ অনুষ্ঠানত সৰ্বাধিক ৫০জন লোক উপস্থিত থকা, কোনো লোকৰ মৃত্যু হ’লে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত ২০জন ব্যক্তি থকা আদি নিয়মসমূহো আৰু এবছৰৰ বাবে পালন কৰিব লাগিব ৰাজ্যখনৰ ৰাইজৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি