শেহতীয়া খবৰ
নলবাৰীত নৱনিযুক্ত উপায়ুক্ত পূৰৱী কোঁৱৰৰ কাৰ্যভাৰ গ্ৰহণ...  •  ধাৰাসাৰ বৃষ্টিপাতঃ গুৱাহাটী মহানগৰ ডুবিল কৃত্ৰিম বানত...  •  নগাঁৱৰ গান্ধীবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ৭ জন...  •  সুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪৪৯জন লোক হৈছে সুস্থ...  •  মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসকসহ কোৰোনাত নতুনকৈ আক্ৰান্ত ১৮ জন...  •  বৃহৎ নদীবান্ধ আৰু কৌশলেৰে এনএইচপিচিলৈ যন্ত্ৰাংশ কঢ়িওৱাৰ প্ৰতিবাদত হাৰমতীত নিশা আছুৰ টায়াৰ জ্বলাই প্ৰতিবাদ... VIDEO  •  মই অখিল গগৈৰ মাক, মাৰি পেলাওক তাক!  •  গুৱাহাটীত ঘৰে ঘৰে চলিব কোভিড টেষ্ট...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...

মহাৰাষ্ট্ৰত কোভিড-১৯ত আক্ৰান্ত সৰ্বাধিক লোক, ৩১ জুলাইলৈ বৃদ্ধি লকডাউন…

99

ডিজিটেল ডেস্কঃ দেশত প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনা ভাইৰাছৰ সংক্ৰমণ। ভাৰতত ৫.৪৮ লাখৰো অধিক লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। ইফালে, এই ভাইৰাছত আক্ৰান্ত হৈ ১৬সহস্ৰাধিক লোকে হেৰুৱাইছে প্ৰাণ। উল্লেখ্য যে, দেশৰ ভিতৰত সৰ্বাধিক লোক কোভিড-১৯ত আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত।

মহাৰাষ্ট্ৰত এই ভাইৰাছৰ মহাসংকটৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ চৰকাৰে অহা ৩১ জুলাইলৈ লকডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে এই লকডাউনৰ সময়ত অত্যৱশ্যকীয় সামগ্ৰীৰ দোকানসমূহ খোলা থাকিব। ‘মিছন বিগেন অগেন’ৰ অধীনত ৰাজ্য চৰকাৰে মুম্বাই আৰু ইয়াৰ কাষৰীয়া এলেকাসমূহত অত্যাৱশ্যকীয় সামগ্ৰী তথা সেৱাৰ বাদে আন কোনো দোকান বা যান-বাহন চলাচল কৰিব নোৱাৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি