শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...

বতাহৰ জৰিয়তে কোৰোনা ভাইৰাছ বিয়পাৰ সম্ভাৱনা আছেঃ বিশ্ব স্বাস্থ্য সংস্থা…

196

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতেই দ্ৰুত গতিত বৃদ্ধি পাইছে কোৰোনা ভাইৰাছৰ সংক্ৰমণ। এই ভাইৰাছত আক্ৰান্ত হৈছে লাখ লাখ লোক। কিন্তু তাৰ মাজতে আহিছে এক ভয়ংকৰ খবৰ। ইমান দিনে বিশ্ব স্বাস্থ্য সংস্থাই কৈছিল যে, বতাহৰ জৰিয়তে বিয়পিব নোৱাৰে কোৰোনা ভাইৰাছ। কিন্তু ডব্লিউ এইচ অ’ৰ কাৰিকৰী শাখাৰ মুৰব্বী এম ভান কেৰখভে কৈছে যে, বতাহৰ জৰিয়তেও কোৰোনা ভাইৰাছ বিয়পিব পৰা সম্ভাৱনা আছে।

নিউয়ৰ্ক টাইমছত শেহতীয়াকৈ প্ৰকাশ পোৱা খবৰ অনুসৰি, কেৱল কোৰোনাক্ৰান্ত ৰোগীৰ হাঁচি বা কাঁহৰ উপৰিও, ৰোগীৰ উশাহ-নিশাহ বতাহত মিলি গ’লেও বতাহৰ জৰিয়তে বিয়পিব পাৰে এই ভয়ংকৰ ভাইৰাছ বিধ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি