নিশা ৯ বজালৈ ক’ত কিমান লোক আক্ৰান্ত-মৃত্যু COVID-19ত, সবিশেষ তথ্য…

নিশা ৯ বজালৈ ক’ত কিমান লোক আক্ৰান্ত-মৃত্যু COVID-19ত, সবিশেষ তথ্য…

সময়ঃ ৩০মাৰ্চ, ২০২০ৰ সন্ধিয়া বজালৈ।

বিশ্বতকোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৪৩,৩৬৯জন।

মৃত্যুহোৱা লোকৰ সংখ্যাঃ ৩৫,৩৫২ জন।

আটাইতকৈবেছি লোক মৃত্যু হৈছেঃ ইটালীত (১০,৭৭৯জন)

আটাইতকৈবেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (১৪৫,০০৯জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰতথ্য-

• আমেৰিকাঃ ২,৬০৮জন।
• ইটালীঃ ১০,৭৭৯জন।
• চীনঃ ৩,৩০৪জন।
• স্পেইনঃ ৭৩৪০জন।
• ইৰাণঃ ২,৭৫৭জন।
• ইংলেণ্ডঃ ১৪১৫জন।
• ফ্ৰান্সঃ ২,৬০৬জন।
• বাংলাদেশঃ ৫জন।
• পাকিস্তানঃ ২০জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৯জন।
• গ্ৰীচঃ ৪৩জন।
• জাপানঃ ৫৪জন।
• ভাৰতঃ ৩২জন।

ভাৰততকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ১৩০৮জন।

ভাৰততকোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ ৩২জন।

ৰাজ্যজুৰিকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

• কেৰালাতঃ ২৩৪
• মহাৰাষ্ট্ৰঃ ২২০
• কৰ্ণাটকঃ ৮৮
• তেলেংগানাঃ ৭০
• উত্তৰপ্ৰদেশঃ ৯৫
• গুজৰাটঃ ৭০
• ৰাজস্থানঃ ৬৯
• তামিলনাডুঃ ৬৭
• দিল্লীঃ ৯৭
• পঞ্জাৱঃ ৪১
• হাৰিয়ানাঃ ৩৬
• মধ্যপ্ৰদেশঃ ৪৭
• জম্মু-কাশ্মীৰঃ ৪৯
• পশ্চিমবংগঃ ২২
• বিহাৰঃ ১৫
• অন্ধ্ৰপ্ৰদেশঃ ২৩
• লাডাখঃ ১৩
• ছণ্ডীগড়ঃ ১৩
• ছত্তীশগড়ঃ ৭
• উত্তৰাখণ্ডঃ ৭
• গোৱাঃ ৫
• হিমাচলপ্ৰদেশঃ ৩
• ওড়িশ্যাঃ ৩
• মণিপুৰঃ ১
• মিজোৰামঃ ১
• পুডুচেৰীঃ ১

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in