নিশা ১২ বজালৈ বিশ্বত ৪৮,৫৮,৯৭৬জন আক্ৰান্ত কোভিড-১৯ত, পঢ়ক সবিশেষ…

নিশা ১২ বজালৈ বিশ্বত ৪৮,৫৮,৯৭৬জন আক্ৰান্ত কোভিড-১৯ত, পঢ়ক সবিশেষ…

সময়ঃ ১৮ মে'ৰ নিশা ১২বজালৈ

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৪,৮৫৮,৭৬

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৩১৮,৫২২

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ আমেৰিকাত ৯১,৪৫২

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত ,৫৩৭,৭৬৯

কেইখনমান দেশত কোৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ তথ্য-

  • আমেৰিকাঃ ৯১,৮৫২ জন।
  • স্পেইনঃ ২৭,৭০৯ জন।
  • ইটালীঃ ৩২,০০৭জন।
  • ফ্ৰান্সঃ ২৮,১০৮ জন।
  • চীনঃ ৪,৬৩৪ জন।
  • ইৰাণঃ ৭,০৫৭ জন।
  • ইংলেণ্ডঃ ৩৪,৭৯৬ জন।
  • বাংলাদেশঃ ৩৪৯ জন।
  • পাকিস্তানঃ ৯০৩ জন।
  • নেপালঃ ২ জন।
  • ৰাছিয়াঃ ২,৭২২ জন।
  • গ্ৰীচঃ ১৬৫ জন।
  • জাপানঃ ৭৪৪ জন।
  • ভাৰতঃ ৩,১৫৬জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ১,০০,৩২৬ জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ,১৫৬জন।

ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা

  • অসমঃ ১১৫
  • মহাৰাষ্ট্ৰঃ ৩৫,০৫৮
  • গুজৰাটঃ ১১,৭৪৬
  • দিল্লীঃ ১০,০৫৪
  • মধ্যপ্ৰদেশঃ ৫,২৩৬
  • ৰাজস্থানঃ ৫,৫০৭
  • তামিলনাডুঃ ১১,৭৬০
  • উত্তৰপ্ৰদেশঃ ৪৬০৫
  • অন্ধ্ৰপ্ৰদেশঃ ২,৪৩২
  • তেলেংগানাঃ ১,৫৯২
  • পশ্চিমবংগঃ ২,৮২৫
  • জম্মু-কাশ্মীৰঃ ১২৮৯
  • কৰ্ণাটকঃ ১২৪৬
  • পঞ্জাৱঃ ১,৯৮০
  • কেৰালাঃ ৬৩১
  • বিহাৰঃ ১৪২৩
  • হাৰিয়ানাঃ ৯২৮
  • উত্তৰাখণ্ডঃ ৯৬
  • চণ্ডীগড়ঃ ১৯৬
  • লাডাখঃ ৪৩
  • আন্দামান আৰু নিকোবৰঃ ৩৩
  • চত্তীশগড়ঃ ৯৩
  • ঝাৰখণ্ডঃ ২২৮
  • মণিপুৰঃ ৭
  • অৰুণাচল প্ৰদেশঃ ১
  • মিজোৰামঃ ১
  • মেঘালয়ঃ ১৩
  • ছিকিমঃ ০ জন
  • ত্ৰিপুৰাঃ ১৬৫

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in