ৰাজ্যত আকৌ ২৪০৩জন কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১,৪৪,১৬৬জনলৈ বৃদ্ধি…

ৰাজ্যত আকৌ ২৪০৩জন কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১,৪৪,১৬৬জনলৈ বৃদ্ধি…
  • অসমত সোমবাৰে আকৌ ২৪০৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ইয়াৰে ৫৩৮জন কামৰূপ মেট্ৰ, ১৮৩জন ডিব্ৰুগড়, ১৮২জন লখিমপুৰ, ১৭৫জন যোৰহাট, ১১৮জন গোলাঘাটৰ।
  • ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৪৪১৬৬জনলৈ বৃদ্ধি পাইছে।
  • ইফালে, সোমবাৰে ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৯১৮জন লোক সুস্থ হৈছে।
  • ৰাজ্যত বৰ্তমানলৈ সুস্থ হৈছে ১১৫০৫১জন লোক।
  • আনহাতে, চিকিৎসাধীন হৈ আছে ২৮৬৩০জন ৰোগী।
  • উল্লেখ্য যে, অসমত এই ভাইৰাছত আক্ৰান্ত হৈ ৪৮২জন লোক হেৰুৱাইছে প্ৰাণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in