অসমত আকৌ ৬২৫৮জন কোৰোনাত আক্ৰান্ত, ৮৫জনকৈ লোকে হেৰুৱাইছে প্ৰাণ…

অসমত আকৌ ৬২৫৮জন কোৰোনাত আক্ৰান্ত, ৮৫জনকৈ লোকে হেৰুৱাইছে প্ৰাণ…
  • অসমত আকৌ ৬২৫৮জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ১৫৮৫জন কামৰূপ মেট্ৰ'ৰ, ৫২৭জন কামৰূপ গ্ৰাম্যৰ, ৫০৭জন ডিব্ৰুগড়ৰ আৰু ৩১৩জন নগাঁৱৰ।
  • এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩০৪৪২৯জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, ৰাজ্যখনত মঙলবাৰৰ দিনটোত সুস্থ হয় ৪৪০৯জন লোক।
  • আনহাতে, মৃত্যু হৈছে ৮৫জনকৈ কোৰোনাত আক্ৰান্ত লোকৰ।
  • এতিয়াও অসমত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩৯২৬৪জন ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in