অসমত ৪ শতাধিক লোক কোৰোনাত আক্ৰান্ত, দুজনে হেৰুওৱাইছে প্ৰাণ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • অসমত আকৌ ৪০৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৯৯৫৮জনলৈ বৃদ্ধি।
  • শনিবাৰে সুস্থ হয় অসমত ৭৯জন লোক।
  • এতিয়ালৈকে আৰোগ্য লোকৰ সংখ্যা ২১৫৯০৭জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, শনিবাৰৰ দিনটোত ৰাজ্যত দুজনৰ কোভিডত মৃত্যু।
  • এতিয়ালৈকে কোৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১১১৭জনলৈ বৃদ্ধি পাইছে।
  • আনহাতে, চিকিৎসাধীন হৈ আছে ১৫৮৭জন ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in