সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ…

সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ…

সময়ঃ ২৯ মাৰ্চ, ২০২০ৰ সন্ধিয়া ১১বজালৈ।

বিশ্বতকোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৭০৪,৪০১জন।

মৃত্যুহোৱা লোকৰ সংখ্যাঃ ৩,৫১৮ জন।

আটাইতকৈবেছি লোক মৃত্যু হৈছেঃ ইটালীত (১০,৭৭৯জন)

আটাইতকৈবেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (১৩৩,০৯৩জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

• আমেৰিকাঃ ২,২৬২জন।
• ইটালীঃ ১০,৭৭৯জন।
• চীনঃ ৩,৩০০জন।
• স্পেইনঃ ৬,৬০৬জন।
• ইৰাণঃ ২,৬৪০জন।
• ইংলেণ্ডঃ ১২২৮জন।
• ফ্ৰান্সঃ ২,৬০৬জন।
• বাংলাদেশঃ ৫জন।
• পাকিস্তানঃ ১৪জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৮জন।
• গ্ৰীচঃ ৩৮জন।
• জাপানঃ ৫২জন।
• ভাৰতঃ ২৭জন।

ভাৰততকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ১১৩০জন।

ভাৰতত কোৰোনা ভাইৰাছতআক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ ২৭জন।

ৰাজ্যজুৰিকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

• কেৰালাতঃ ২০২
• মহাৰাষ্ট্ৰঃ ২০৩
• কৰ্ণাটকঃ ৮৩
• তেলেংগানাঃ ৬৭
• উত্তৰপ্ৰদেশঃ ৬৯
• গুজৰাটঃ ৬৩
• ৰাজস্থানঃ ৫৬
• তামিলনাডুঃ ৫০
• দিল্লীঃ ৭২
• পঞ্জাৱঃ ৩৮
• হাৰিয়ানাঃ ৩৫
• মধ্যপ্ৰদেশঃ ৩৯
• জম্মু-কাশ্মীৰঃ ৩৮
• পশ্চিমবংগঃ ২০
• বিহাৰঃ ১৫
• অন্ধ্ৰপ্ৰদেশঃ ১৯
• লাডাখঃ ১৩
• ছণ্ডীগড়ঃ ৮
• ছত্তীশগড়ঃ ৭
• উত্তৰাখণ্ডঃ ৭
• গোৱাঃ ৫
• হিমাচলপ্ৰদেশঃ ৩
• ওড়িশ্যাঃ ৩
• মণিপুৰঃ ১
• মিজোৰামঃ ১
• পুডুচেৰীঃ ১

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in