কোৰোনাই ভেটিলে বাট! প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণ বাতিল…

ফাইল ফটো
ফাইল ফটো
  • প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণ বাতিল।
  • স্বামী ৰৰ্বাট ৱাদ্ৰা কোৰোনাত আক্ৰান্ত হোৱাৰ বাবে ঘৰতে কোৱাৰেন্টাইনত আছে কংগ্ৰেছ নেত্ৰীগৰাকী।
  • পুৱাৰে পৰাই হোম কোৱাৰেন্টাইনত আছে তেখেতৰ পৰিয়াল।
  • ভিডিঅ কনফাৰেন্সিংযোগে এই কথা ঘোষণা কৰিলে প্ৰিয়ংকা গান্ধীয়ে।
  • উল্লেখ্য যে, অসমত আজিৰ দিনটোত তিনিখনকৈ ৰাজনৈতিক সভা আছিল প্ৰিয়ংকা গান্ধীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in