ভাৰতত কোৰোনাই প্ৰাণ ল’লে ১লাখ ১৪হাজাৰ লোকৰ…

ভাৰতত কোৰোনাই প্ৰাণ ল’লে ১লাখ ১৪হাজাৰ লোকৰ…
  • বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে ৬১হাজাৰ ৮৭১গৰাকী লোক।
  • মৃত্যু হৈছে ১,০৩৩গৰাকী কোৰোনা ৰোগী।
  • ভাৰতত বৰ্তমান কোৰোনাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হৈছে ৭৪লাখ ৯৪হাজাৰ ৫৫২গৰাকী।
  • ইয়াৰে প্ৰায় ৬৬লাখ লোক সুস্থ হোৱাৰ লগতে ১লাখ ১৪হাজাৰ লোকৰ মৃত্যু হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in