শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

ভাৰতত কোৰোনাই প্ৰাণ ল’লে ১লাখ ১৪হাজাৰ লোকৰ…

73
  • বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে ৬১হাজাৰ ৮৭১গৰাকী লোক।
  • মৃত্যু হৈছে ১,০৩৩গৰাকী কোৰোনা ৰোগী।
  • ভাৰতত বৰ্তমান কোৰোনাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হৈছে ৭৪লাখ ৯৪হাজাৰ ৫৫২গৰাকী।
  • ইয়াৰে প্ৰায় ৬৬লাখ লোক সুস্থ হোৱাৰ লগতে ১লাখ ১৪হাজাৰ লোকৰ মৃত্যু হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি