পুনৰ বৃদ্ধি আক্ৰান্তৰ সংখ্যাঃ অভিলেখ ভংগ কৰি এদিনতে ভাৰতত মৃত্যু ৬,১৩৮ গৰাকী ৰোগী

পুনৰ বৃদ্ধি আক্ৰান্তৰ সংখ্যাঃ অভিলেখ ভংগ কৰি এদিনতে ভাৰতত মৃত্যু  ৬,১৩৮ গৰাকী ৰোগী
  • বিগত দুটা দিনৰ তুলনাত ভাৰতত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি।
  • ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে ৯৩,৮৯৬গৰাকী লোক।
  • মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পালে ভাৰতত।
  • ২৪ঘন্টাত মৃত্যু হৈছে ৬,১৩৮গৰাকী লোক।
  • সমগ্ৰ বিশ্বৰ ২২০খন দেশত এতিয়ালৈকে ১৭৫,১৭১,০৩৮গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনাত।
  • ভাৰতত আক্ৰান্তৰ সংখ্যা ২৯,১৮২,০৭২গৰাকী।
  • বিশ্বৰ ভিতৰতে ভাৰত আছে দ্বিতীয় স্থানত।
  • প্ৰথম স্থানত আছে আমেৰিকা।
  • ভাৰতত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈ ৩লাখ ৫৯হাজাৰ ৬৯৫গৰাকী লোকে হেৰুৱাইছে প্ৰাণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in