আজি ধেমাজিত ৭৬ জনৰ কোভিড পজিটিভ চিনাক্ত…

আজি ধেমাজিত ৭৬ জনৰ কোভিড পজিটিভ চিনাক্ত…

ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি জিলা স্বাস্থ্য বিভাগে আজি শুকুবাৰে কৰা ৰেপিড আৰু ৰেপিড এন্টিজেনৰ স্বাৱ টেষ্টত মুঠ ৭৬ জনৰ কভিড পজিটিভ চিনাক্ত কৰিছে ৷ আজি চিনাক্ত হোৱা লোক কেইজনৰ সৈতে জিলাখনত কভিড পজিটিভৰ সংখ্যা ৫০৯১১ জনলৈ বৃদ্ধি পালে ৷ এতিয়ালৈকে জিলাখনত ২১০৮ জনে সুস্থ হোৱাৰ লগতে বৰ্তমানেও ১০৪৮ জনে কভিড পজিটিভত চিকিৎসাধীন হৈ আছে ৷ আজি পৰ্যন্ত জিলাখনত কভিড পজিটিভত ১৭ গৰাকীয়ে মৃত্যু হৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in