কোৰোনাৰ আপডেটঃ শুকুৰবাৰৰ দিনটোত ৰাজ্যত ২১জনৰ মৃত্যু…

কোৰোনাৰ আপডেটঃ  শুকুৰবাৰৰ দিনটোত ৰাজ্যত ২১জনৰ মৃত্যু…
  • অসমত পুনৰ ২৮৬১জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ৫৯৯ জন কামৰূপ মেট্ৰ'ৰ।
  • ৰাজ্যত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩২,০১৩জন ৰোগী।
  • দুখৰ খবৰ যে শুকুৰবাৰৰ দিনটোত ৰাজ্যত ২১জনৰ মৃত্যু।
  • অসমত বৰ্তমান পজিটিভিটী হাৰ ৬.৯৬ শতাংশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in