ৰাজ্যত নতুনকৈ ৬ জনৰ দেহত ধৰা পৰিছে কোভিডৰ উপস্থিতি…

ৰাজ্যত নতুনকৈ ৬ জনৰ দেহত ধৰা পৰিছে কোভিডৰ উপস্থিতি…
  • বিগত ২৪ ঘণ্টাত ৰাজ্যত ৬ জন লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে।
  • এই সময়ছোৱাত ৩,০৬২ গৰাকী লোকৰ দেহত কোভিড পৰীক্ষা কৰোৱা হৈছে।
  • সেই অনুসৰি কোভিড পজিটিভিটিৰ হাৰ ০.২০ শতাংশ।
  • ধুবুৰীত সৰ্বাধিক ২ জন, কামৰূপ মহানগৰত ২ জন আৰু দৰং আৰু কামৰূপ গ্ৰাম্য জিলাত ১ জনকৈ লোক কোভিডত আক্ৰান্ত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in