কোৰোনা ভাইৰাছৰ বাবে ১ বজালৈকে ক’ত, কিমান লোকৰ মৃত্যু হৈছে…

কোৰোনা ভাইৰাছৰ বাবে ১ বজালৈকে ক’ত, কিমান লোকৰ মৃত্যু হৈছে…

সময়ঃ ২৯ মাৰ্চ, ২০২০ৰ বিয়লি ১ বজালৈ।

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৬৬৪,৯৪১জন।

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৩০,৮৯৪জন।

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১০,০২৩জন)

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (১২৩,৭৭৬জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

• আমেৰিকাঃ ২,২২৯জন।
• ইটালীঃ ১০,০২৩জন।
• চীনঃ ৩,৩০০জন।
• স্পেইনঃ ৫,৯৮২জন।
• ইৰাণঃ ২,৫১৭জন।
• ইংলেণ্ডঃ ১০১৯জন।
• ফ্ৰান্সঃ ২,৩১৪জন।
• বাংলাদেশঃ ৫জন।
• পাকিস্তানঃ ১৩জন।
• নেপালঃ ০জন।
• ৰাছিয়াঃ ৪জন।
• গ্ৰীচঃ ৩২জন।
• জাপানঃ ৫২জন।
• ভাৰতঃ ২৬জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ১০৪৫জন।

ৰাজ্যজুৰি কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

• কেৰালাতঃ ১৮২
• মহাৰাষ্ট্ৰঃ ১৯৩
• কৰ্ণাটকঃ ৮১
• তেলেংগানাঃ ৬৭
• উত্তৰপ্ৰদেশঃ ৬৫
• গুজৰাটঃ ৫৮
• ৰাজস্থানঃ ৫৫
• তামিলনাডুঃ ৪২
• দিল্লীঃ ৪৯
• পঞ্জাৱঃ ৩৮
• হাৰিয়ানাঃ ৩৫
• মধ্যপ্ৰদেশঃ ৩৯
• জম্মু-কাশ্মীৰঃ ৩৮
• পশ্চিমবংগঃ ১৮
• বিহাৰঃ ১১
• অন্ধ্ৰপ্ৰদেশঃ ১৯
• লাডাখঃ ১৩
• ছণ্ডীগড়ঃ ৮
• ছত্তীশগড়ঃ ৭
• উত্তৰাখণ্ডঃ ৬
• গোৱাঃ ৩
• হিমাচলপ্ৰদেশঃ ৩
• ওড়িশ্যাঃ ৩
• মণিপুৰঃ ১
• মিজোৰামঃ ১
• পুডুচেৰীঃ ১

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in