বিধ্বংসী ৰূপ লৈছে কোৰোনাই, বৃহস্পতিবাৰে আক্ৰান্তৰ সংখ্যা ১০ লাখলৈ বৃদ্ধিৰ আশংকা, সবিশেষ UPDATES

বিধ্বংসী ৰূপ লৈছে কোৰোনাই, বৃহস্পতিবাৰে আক্ৰান্তৰ সংখ্যা ১০ লাখলৈ বৃদ্ধিৰ আশংকা, সবিশেষ UPDATES

সময়ঃ ২ এপ্ৰিল, ২০২০ৰ পুৱা ৯.৩০ বজালৈ

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৯৩৫,৯৫৭ জন।

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৪৭,২৪৫ জন।

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১৩,১৫৫জন)

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (২১৫,২১৫জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

• আমেৰিকাঃ ৫,১১০জন।
• ইটালীঃ ১৩,১৫৫জন।
• চীনঃ ৩,৩১২জন।
• স্পেইনঃ ৯,৩৮৭জন।
• ইৰাণঃ ৩০৩৬জন।
• ইংলেণ্ডঃ ২,৩৫২জন।
• ফ্ৰান্সঃ ৪০৩২জন।
• বাংলাদেশঃ ৬জন।
• পাকিস্তানঃ ২৭জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ২৪জন।
• গ্ৰীচঃ ৫১জন।
• জাপানঃ ৫৭জন।
• ভাৰতঃ ৫৬জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ২০১জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ৫৬জন।

ৰাজ্যজুৰি কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

  • অসমঃ ১৬
  • কেৰালাতঃ ২৬৫
  • মহাৰাষ্ট্ৰঃ ৩৩৫
  • কৰ্ণাটকঃ ১১০
  • তেলেংগানাঃ ৯৭
  • উত্তৰপ্ৰদেশঃ ১১৭
  • গুজৰাটঃ ৮৭
  • ৰাজস্থানঃ ১২০
  • তামিলনাডুঃ ২৩৪
  • দিল্লীঃ ১৫২
  • পঞ্জাৱঃ ৪৬
  • হাৰিয়ানাঃ ৪৩
  • মধ্যপ্ৰদেশঃ ৮৬
  • জম্মু-কাশ্মীৰঃ ৬২
  • পশ্চিমবংগঃ ৩৭
  • বিহাৰঃ ২৪
  • অন্ধ্ৰপ্ৰদেশঃ ১১১
  • লাডাখঃ ১৩

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in