প্ৰতীকি ফটো
Published on:
Updated on:
- ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩,৮৬৯ জনলৈ বৃদ্ধি।
- ইফালে এতিয়ালৈকে আক্ৰান্ত হৈছে ১,৩১,৯৮৫ গৰাকী লোক।
- ভাৰতত এতিয়ালৈকে আৰোগ্য হৈছে ৫৪,৪২৭গৰাকী লোক।
- এতিয়াও চিকিৎসা প্ৰদান কৰি থকা হৈছে ৭৩,৬৮১ গৰাকী লোকক।
- ভাৰতৰ ভিতৰত সৰ্বাধিক কোৰোনাত মহাৰাষ্ট্ৰৰ লোক আক্ৰান্ত হৈছে।
- ৰাজ্যখনত কোৰোনাত আক্ৰান্ত হৈছে মুঠ ৪৭,১৯০ গৰাকী লোক।
- মহাৰাষ্ট্ৰত কোৰোনাত মৃত্যু হৈছে মুঠ ১,৫৭৭ গৰাকী লোক।
Code:
Asomiya Pratidin
www.asomiyapratidin.in