শেহতীয়া খবৰ
চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...  •  ডুমডুমাত চুৰি কৰিবলৈ গৈ গণপ্ৰহাৰত মৃত্যু যুৱকৰ...  •  বকোৰ মাৰুতী ফুডচ কোম্পানীৰ চাউল কেলেংকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ নিৰ্লিপ্তাত ক্ষোভ প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ

কোকৰাঝাৰত কোৰোনাত আক্ৰান্ত টেট শিক্ষয়ত্ৰী…

  • কোকৰাঝাৰৰ ভূটীয়াপাৰাত চাঞ্চল্য ।
  • ১০৫৯ নং ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী টেট শিক্ষয়িত্ৰী কোৰোনাত আক্ৰান্ত ।
  • টেট শিক্ষয়িত্ৰী কোৰোনাত আক্ৰান্ত হোৱাত বিদ্যালয়ত হাহাকাৰ ।
  • জিলা প্ৰশাসনৰ তৎপৰতা ।
  • বিদ্যালয়ৰ প্ৰতিগৰাকী কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীক কোৰোনা এণ্টিজেন টেষ্ট সম্পন্ন।
  • একাংশ অভিভাৱকো কোৰোনা এণ্টিজেন টেষ্ট ।
  • কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ৰ পৰা অহা স্বাস্থ্যকৰ্মীৰ দল এটাই কোভিড টেষ্ট কৰে ।
  • সৌভাগ্যক্ৰমে কোনো ছাত্ৰ ছাত্ৰীৰ মাজত ধৰা নপৰিল কোৰোনা ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি