কোকৰাঝাৰত কোৰোনাত আক্ৰান্ত টেট শিক্ষয়ত্ৰী…

কোকৰাঝাৰত কোৰোনাত আক্ৰান্ত টেট শিক্ষয়ত্ৰী…
  • কোকৰাঝাৰৰ ভূটীয়াপাৰাত চাঞ্চল্য ।
  • ১০৫৯ নং ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী টেট শিক্ষয়িত্ৰী কোৰোনাত আক্ৰান্ত ।
  • টেট শিক্ষয়িত্ৰী কোৰোনাত আক্ৰান্ত হোৱাত বিদ্যালয়ত হাহাকাৰ ।
  • জিলা প্ৰশাসনৰ তৎপৰতা ।
  • বিদ্যালয়ৰ প্ৰতিগৰাকী কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীক কোৰোনা এণ্টিজেন টেষ্ট সম্পন্ন।
  • একাংশ অভিভাৱকো কোৰোনা এণ্টিজেন টেষ্ট ।
  • কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ৰ পৰা অহা স্বাস্থ্যকৰ্মীৰ দল এটাই কোভিড টেষ্ট কৰে ।
  • সৌভাগ্যক্ৰমে কোনো ছাত্ৰ ছাত্ৰীৰ মাজত ধৰা নপৰিল কোৰোনা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in