শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

দিল্লীত বৃদ্ধি কোৰোনা সংক্ৰমণ, বৰ্তমান ল’কডাউনৰ নাই সম্ভাৱনাঃ অৰবিন্দ কেজৰিৱাল

212

ডিজিটেল ডেস্কঃ দিল্লীত প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাত আক্ৰান্তৰ সংখ্যা। তাৰ মাজতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল চৰকাৰে কিছু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু এতিয়া প্রশ্ন উত্থাপন হৈছে যে, ৰাজ্যখনত পুনৰ ল’কডাউন জাৰি কৰা হ’ব নেকি?

এই প্ৰশ্নৰ উত্তৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সাংবাদিকক কয়- দিল্লীত তীব্ৰগতিত বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। কোৰোনাৰ বাবে যি পৰিস্থিতি ৰাজ্যত সৃষ্টি হয় সেই সন্দৰ্ভত ৰাজ্যবাসীক জনাই যাম। দিল্লীত অসাধাৰণ স্থিতি সৃষ্টি হৈছে, কিন্তু এতিয়াও ল’কডাউনৰ কোনো সম্ভাৱনা নাই…।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি