কোৰোনাত আক্ৰান্ত বিশিষ্ট সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰা…

কোৰোনাত আক্ৰান্ত  বিশিষ্ট সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰা…
  • কোৰোনাত আক্ৰান্ত বিশিষ্ট সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰা।
  • গুৰুতৰভাৱে অসুস্থ হৈছে বিশিষ্ট সাহিত্যিকগৰাকী।
  • সম্প্ৰত্তি মহানগৰীৰ এখন হাস্পাতালত চিকিতসাধীন তেওঁ।
  • আই চি ইউত ৰখা হৈছে বিশিষ্ট সাহিত্যিক গৰাকীক।
  • বৰাৰ আশু আৰোগ্য কামনাৰে অনুৰাগীৰ প্ৰাৰ্থনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in