অসমত নতুনকৈ ৩৩ জন লোকৰ দেহত কোৰোনা ভাইৰাছ, ৮৩১লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা…

অসমত নতুনকৈ ৩৩ জন লোকৰ দেহত কোৰোনা ভাইৰাছ, ৮৩১লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা…
  • অসমত নতুনকৈ ৩৩ জন লোকৰ দেহত কোৰোনা ভাইৰাছ।
  • স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে।
  • নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰত ১০জন নগাঁৱৰ, ৮ জন কামৰূপ (মঃ)ৰ, হোজাই আৰু ডিমা হাছাওৰ এজনকৈ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ ২জনকৈ।
  • আক্ৰান্ত আন ২জনৰ সবিশেষ তথ্য এতিয়াও লাভ কৰা হোৱা নাই।
  • অসমত কোৰোনাত আক্ৰান্ত লোকৰ মুঠ সংখ্যা ৮৩১লৈ বৃদ্ধি।
  • এতিয়ালৈকে আৰোগ্য হৈছে ৮৭ গৰাকী লোক।
  • এতিয়াও হাস্পতালত আছে ৭৩৭ গৰাকী লোক।
  • ইতিমধ্যে মৃত্যু হৈছে ৪ গৰাকী লোকৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in