শেহতীয়া খবৰ
ৰাজ্যিক বিজেপিত আৰম্ভ হৈছে নেকি যদুকূল ধ্বংসৰ আখৰা? কোৰোনাৰ মাজতে শিলাদিত্যৰ ধুমুহা...  •  জিএমচিএইচত পিপিই কিট পৰিধান কৰি ৮-৯ ঘন্টা কৰ্তব্য কৰা নাৰ্ছ হঠাৎ হ’ল অসুস্থ... VIDEO  •  জলশাক কন্টেইনমেন্ট জ’ন ঘোষণা মুম্বাই পৌৰ নিগমৰ  •  ভাৰতীয় ৰিজাৰ্ৱ বেংকৰ ডেপুটি গৱৰ্ণৰৰ বাবে ৮ গৰাকী প্ৰতিদ্বন্দী  •  বিকাশ ডুবে এনকাউন্টাৰৰ তদন্ত কমিটি গঠন  •  বটদ্ৰৱাত সৰ্পদংশনত এজনৰ মৃত্যু  •  তামুলপুৰত বেংক বিষয়া কোৰোনাত আক্ৰান্ত  •  অসমৰ গৌৰাংগলাল দাস হ’ব টাইৱানত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত  •  জম্মু-কাশ্মীৰত সংঘৰ্ষত সন্ত্ৰাসবাদী নিহত  •  বিজেপিৰ হৈ চাফাই গোৱা শিলাদিত্যৰ বিজেপিৰ পৰাই বিদায়!

অসমত নতুনকৈ ৩৩ জন লোকৰ দেহত কোৰোনা ভাইৰাছ, ৮৩১লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা…

392
  • অসমত নতুনকৈ ৩৩ জন লোকৰ দেহত কোৰোনা ভাইৰাছ।
  • স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে।
  • নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰত ১০জন নগাঁৱৰ, ৮ জন কামৰূপ (মঃ)ৰ, হোজাই আৰু ডিমা হাছাওৰ এজনকৈ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ ২জনকৈ।
  • আক্ৰান্ত আন ২জনৰ সবিশেষ তথ্য এতিয়াও লাভ কৰা হোৱা নাই।
  • অসমত কোৰোনাত আক্ৰান্ত লোকৰ মুঠ সংখ্যা ৮৩১লৈ বৃদ্ধি।
  • এতিয়ালৈকে আৰোগ্য হৈছে ৮৭ গৰাকী লোক।
  • এতিয়াও হাস্পতালত আছে ৭৩৭ গৰাকী লোক।
  • ইতিমধ্যে মৃত্যু হৈছে ৪ গৰাকী লোকৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি