মৰাণত কোৱাৰেণ্টাইন চেণ্টাৰত কৰ্তব্যত নিয়োজিত ৪কৰ্মচাৰীৰ দেহত কোৰোনা…

মৰাণত কোৱাৰেণ্টাইন চেণ্টাৰত কৰ্তব্যত নিয়োজিত ৪কৰ্মচাৰীৰ দেহত কোৰোনা…
  • মৰাণত COVID-19ত আক্রান্ত ৪জন চৰকাৰী কৰ্মচাৰী।
  • আক্রান্ত ৩জন লাট-মণ্ডল আৰু এজন শিক্ষক।
  • আক্রান্ত শিক্ষকজনৰ নাম জ্যোতি প্রকাশ গগৈ।
  • লাট-মণ্ডল ৩ জন মানস প্রতীম, শৈলেশ বাসাক, উত্তম হাজৰিকা।
  • কোৱাৰেণ্টাইন চেণ্টাৰত কৰ্তব্যত নিয়োজিত আছিল আটাইকেইজন।
  • বহু লোকৰ সংস্পৰ্শলৈ আহিছিল আক্রান্ত লোককেইজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in