ওদালগুৰি সদৰ আৰক্ষী থানাৰ কনিষ্টবল আক্ৰান্ত কোভিড-১৯ত…

ওদালগুৰি সদৰ আৰক্ষী থানাৰ কনিষ্টবল আক্ৰান্ত কোভিড-১৯ত…
  • এইবাৰ ওদালগুৰি সদৰ আৰক্ষী থানাৰ কনিষ্টবল আক্ৰান্ত হ'ল কোভিড-১৯ত।
  • কনিষ্টবল জনৰ নাম মানস শৰ্মা।
  • বিগত ২৪ তাৰিখে স্বাৱ প্ৰদান কৰিছিল কনিষ্টবলজনে
  • আজি অহা ফলাফলত কোভিড-১৯ পজিটিভ আহে।
  • ইতিমধ্যে বৃহস্পতিবাৰে পৰ্যন্ত কৰ্তব্যত নিয়োজিত আছিল কনিষ্টবলজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in