ভাৰতত বিগত ২৪ ঘন্টাত ৯,৮৫১গৰাকী লোক হৈছে কোৰোনাত আক্ৰান্ত…

ভাৰতত বিগত ২৪ ঘন্টাত ৯,৮৫১গৰাকী লোক হৈছে কোৰোনাত আক্ৰান্ত…
  • কোৰোনাই ভাৰতত লৈছে অধিক ভয়াৱহ ৰূপ।
  • বিগত ২৪ ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে ৯,৮৫১গৰাকী।
  • এই সময়খিনিত মৃত্যু হৈছে ২৭৩গৰাকী লোক।
  • ভাৰতত কোৰোনাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হলগৈ ২,২৬,৭৭০গৰাকী।
  • ১লাখ১১হাজাৰ লোক এতিয়াও চিকিতসাধীন হৈ আছে।
  • মৃত্যুুৰ সংখ্যা সৰ্বমুঠ ৬৩৪৮গৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in