লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কংগ্ৰেছৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • লোকসভা নিৰ্বাচনক লৈ আন এখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কংগ্ৰেছৰ।
  • বুধবাৰে মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ ২১ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰে কংগ্ৰেছে।
  • নাগপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নানা পাটোলে।
  • ৰাজ বাব্বৰে প্ৰতিদ্বন্দ্বিতা কৰিব মুৰাদাবাদৰ পৰা।
  • প্ৰাক্তন বিজেপি সাংসদ সাবিত্ৰী ফুলেক উত্তৰ প্ৰদেশৰ বাহৰাইচৰ প্ৰাৰ্থিত্ব প্ৰদান কংগ্ৰেছৰ।
  • মুম্বাই নৰ্থ চেন্ট্ৰেলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰিয়া দত্তই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in