শেহতীয়া খবৰ
উত্তৰাখণ্ডত বন্যহস্তীৰ জাকে চলালে বাহনত আক্ৰমণ...  •  চামগুৰি বিলত শ শ মাছৰ মৃত্যু, পৰিভ্ৰমী পক্ষীলৈও আহিছে চৰম ভাবুকি...  •  শ্লোগানতে সীমাবদ্ধ চৰকাৰৰ বিকাশ নীতি! লখিমপুৰ-বিশ্বনাথ জিলাৰ সীমান্তৱৰ্তী গাঁৱৰ জনতাৰ মান্ধাতা যুগীয়া জীৱন...  •  ৮ বছৰে সম্পূৰ্ণ নহ'ল ৰৌতা-ওদালগুৰি সংযোগী পথ...  •  পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...

লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কংগ্ৰেছৰ

719
  • লোকসভা নিৰ্বাচনক লৈ আন এখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কংগ্ৰেছৰ।
  • বুধবাৰে মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ ২১ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰে কংগ্ৰেছে।
  • নাগপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নানা পাটোলে।
  • ৰাজ বাব্বৰে প্ৰতিদ্বন্দ্বিতা কৰিব মুৰাদাবাদৰ পৰা।
  • প্ৰাক্তন বিজেপি সাংসদ সাবিত্ৰী ফুলেক উত্তৰ প্ৰদেশৰ বাহৰাইচৰ প্ৰাৰ্থিত্ব প্ৰদান কংগ্ৰেছৰ।
  • মুম্বাই নৰ্থ চেন্ট্ৰেলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰিয়া দত্তই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি