শেহতীয়া খবৰ
জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ... • ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন... • নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি...VIDEO • মেট্ৰিক-হাইমাদ্ৰাছাৰ ফলাফল লাভ কৰিব কোন কেইটা ৱেবছাইটত... পঢ়ক সবিশেষ... • ভাৰতত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ২ লাখৰো অধিকলৈ বৃদ্ধি... • বকোত ওলাল দ্বিতীয়গৰাকী কোভিড-১৯ত আক্ৰান্ত লোক...

গান্ধী পৰিয়ালৰ এছপিজি ছিকিউৰিটি উঠাই লোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ…

303
  • গান্ধী পৰিয়ালৰ এছপিজি ছিকিউৰিটি উঠাই লোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ।
  • দিল্লীৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীয়ে।
  • গান্ধী পৰিয়ালৰ পৰা এছপিজি ছিকিউৰিটি উঠাই নোলোৱাৰ দাবী কংগ্ৰেছ কৰ্মীসকলৰ।
  • উল্লেখ্য যে, গান্ধী পৰিয়ালৰ সদস্য সকলৰ পৰা এছপিজি ছিকিউৰিটি উঠাই লোৱাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে।
  • শুকুৰবাৰে গৃহ মন্ত্ৰণালয়ৰ এক সূত্ৰৰ জৰিয়তে প্ৰকাশ পাইছে এই খবৰ।
  • খবৰ অনুসৰি, ছোনীয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ পৰা উঠাই লোৱা হ’ব এই বিশেষ নিৰাপত্তা।
  • তাৰ পৰিৱৰ্তে তেওঁলোকে লাভ কৰিব কেৱল জেড প্লাছ ছিকিউৰিটি।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি