শেহতীয়া খবৰ
কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ পশ্চিমবংগত প্ৰতিবাদকাৰীয়ে জ্বলালে ৫খন ৰে’ল...  •  মন্ত্ৰী ৰঞ্জিত দত্তক ক'লা পতাকা প্ৰদৰ্শন  •  ১৬ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদে পালন কৰিব ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি  •  সান্ধ্য আইনৰ মাজতে মহানগৰীৰ লাখটকীয়াত আৰক্ষীয়ে শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোষ্টাৰ ফলাৰ অভিযোগ  •  আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ  •  CAA বিৰোধী প্ৰতিবাদঃ হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত ৮৫ জনক গ্ৰেপ্তাৰ, শতাধিকক আটক কৰাৰ বিপৰীতে কেইবাশক আটক কৰাৰ প্ৰস্তুতি...  •  অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ...  •  এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ঃ ছোনীয়া গান্ধী  •  সোমবাৰৰ সন্ধিয়া ৭ বজালৈকে ৰাজ্যত বন্ধ থাকিব ইণ্টাৰনেট সেৱা...  •  ভাৰতত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ প্ৰভাৱক লৈ চিন্তিত আমেৰিকা!

দিল্লীৰ ৬ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ নাম ঘোষণা, বিজেপিৰ মনোজ তিৱাৰীৰ বিৰুদ্ধে শীলা দীক্ষিত

43

ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সোমবাৰে কংগ্ৰেছে ঘোষণা কৰা ৬ সমষ্টিৰ প্ৰাৰ্থীৰ নাম। দিল্লীৰ গুৰুত্বপূৰ্ণ সমষ্টি চান্দনী চ’কৰ বাবে জে পি অগ্ৰৱাল আৰু উত্তৰ পূব দিল্লীৰ সমষ্টিৰ বাবে শীলা দীক্ষিতক টিকট প্ৰদান কৰিছে। শীলা দীক্ষিতৰ বিৰুদ্ধে এই সমষ্টিটোত বিজেপি প্ৰাৰ্থী হৈছে মনোজ তিৱাৰী।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি