নুমলীগড়ৰ দৈগ্ৰোঙত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ‘কা’ বিৰোধী প্ৰতিবাদ…

নুমলীগড়ৰ দৈগ্ৰোঙত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ‘কা’ বিৰোধী প্ৰতিবাদ…
  • নুমলীগড়ৰ দৈগ্ৰোঙত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ 'কা' বিৰোধী প্ৰতিবাদ।
  • 'কা'ৰ প্ৰতিবাদত দৈগ্ৰোঙৰ ৰাজপথত কংগ্ৰেছে বাহিৰ কৰে এক প্ৰতিবাদী সমদল।
  • প্ৰতিবাদত অংশ গ্ৰহণ অসম প্ৰদেশৰ সভাপতি ৰিপুণ বৰা, বিধায়িকা অজন্তা নেওগৰ।
  • কংগ্ৰেছ নেত্ৰী ৰ'জলীনা তিৰ্কি, দাদু টাইড আৰু সাংসদ গৌৰৱ গগৈয়েও অংশ লয় প্ৰতিবাদী কাৰ্যসূচীত।
  • কংগ্ৰেছৰ নেতা-কৰ্মীৰ লগতে সহস্ৰাধিক জনতাই সোমবাৰে উত্তাল কৰি তোলে দৈগ্ৰোং।
  • 'কা' কোনোপধ্যেই মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ।
  • আনহাতে 'কা'ৰ বিৰুদ্ধে সোমবাৰৰ পৰা উজনি আৰু উত্তৰ অসমত প্ৰতিবাদ অব্যাহত ৰাখিব বুলি জনায় অসম প্ৰদেশ কংগ্ৰেছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in