২ আগষ্টত বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে

২ আগষ্টত বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে
  • এইবাৰ বিজেপিত যোগদান কৰিব থাওৰা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে।
  • ২ আগষ্টত বিজেপিত যোগদান কৰিব সুশান্ত বৰগোহাঁইয়ে।
  • বিজেপিৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ যুৱ বিধায়কজনে।
  • ৩০ জুলাইত সমষ্টিৰ পৰা গুৱাহাটীলৈ আহিব তেওঁ।
  • শেহতীয়াকৈ বিধায়কজনে বিজেপিত যোগদান কৰিব বুলি চৰ্চা আৰম্ভ হৈছিল।
  • ইয়াৰ পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিত যোগদান কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in