আজি দিল্লীত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক…

ফাইল ফটো
ফাইল ফটো
  • আজি দিল্লীত অনুষ্ঠিত হ'ব কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক।
  • সভাপতি ৰাহুল গান্ধীয়ে আয়োজন কৰিছে এই বৈঠকৰ।
  • লোকসভা নিৰ্বাচনী ফলাফল সন্দৰ্ভত বৈঠক আলোচনা কৰাৰ সম্ভাৱনা আছে।
  • বৈঠকত উপস্থিত থাকিব ৰাজ্য সমূহৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ লগতে নেতা-কৰ্মীসকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in