শেহতীয়া খবৰ
প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, বেলকনি-বাৰান্দাতে জ্বলালে চাকি-ম’বাইলৰ ফ্লেছ...LIVE UPDATES  •  প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, বেলকনি-বাৰান্দাতে জ্বলালে চাকি-ম’বাইলৰ ফ্লেছ...LIVE UPDATES  •  চাকি-মমবাতিয়েই নহয়, দুই-একে ফুটালে ফটকা, বজালে কাহি-ঘণ্টা...  •  হঠাৎ ৰাজপথত গাড়ীৰ পৰা নামি মুখ্যমন্ত্ৰীয়ে কৰ্তব্যৰত আৰক্ষীৰে পাতিলে কি কথা... VIDEO  •  লকডাউনঃ ডিজেলৰ অভাৱত মানকাচৰৰ পথাৰত অচল পানী মেচিন, তেলৰ বাবে গাৰো পাহাৰলৈ গ'লেও গুলীৰ ভাবুকি  •  ৯ বাজিল! প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, লাইট অফ কৰি বাৰান্দাতে জ্বলালে চাকি-মমবাতি-ম’বাইল ফ্লেছ... VIDEO  •  ৯ বাজিল! প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, লাইট অফ কৰি বাৰান্দাতে জ্বলালে চাকি-মমবাতি-ম’বাইল ফ্লেছ... VIDEO  •  জম্মু-কাশ্মীৰৰ কেৰণ ছেক্টৰত সেনা বাহিনীৰ অভিযান, নিহত ৫ সন্ত্ৰাসবাদী...  •  লকডাউনৰ মাজতে দৈগ্ৰোঙত অগ্নিকাণ্ড...  •  দৰঙত ২৪ মাৰ্চৰ পৰা আত্মগোপন কৰি থকা ৯ জামাতৰ সদস্যক আটক...

বুধবাৰে দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ নেতা ৰাহুল আৰু প্ৰিয়ংকা গান্ধীয়ে…

82
  • বুধবাৰে দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে।
  • দিল্লীৰ কন্দলি আৰু হজ কাজীত দুখনকৈ জনসভা সম্বোধন কৰিব ৰাহুল আৰু প্ৰিয়ংকাই।
  • উল্লেখ্য যে, অহা ৮ ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।
  • দিল্লীৰ ৭০ খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন।
  • ১১ ফেব্ৰুৱাৰীত ঘোষণা কৰা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি