বুধবাৰে দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ নেতা ৰাহুল আৰু প্ৰিয়ংকা গান্ধীয়ে…

বুধবাৰে দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ নেতা ৰাহুল আৰু প্ৰিয়ংকা গান্ধীয়ে…
  • বুধবাৰে দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে।
  • দিল্লীৰ কন্দলি আৰু হজ কাজীত দুখনকৈ জনসভা সম্বোধন কৰিব ৰাহুল আৰু প্ৰিয়ংকাই।
  • উল্লেখ্য যে, অহা ৮ ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন।
  • দিল্লীৰ ৭০ খন আসনৰ বাবে অনুষ্ঠিত হ'ব এই নিৰ্বাচন।
  • ১১ ফেব্ৰুৱাৰীত ঘোষণা কৰা হ'ব বিধানসভা নিৰ্বাচনৰ ফলাফল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in