কংগ্ৰেছৰ কটাক্ষঃ অসমৰ ৰাইজে বিগত ৫বছৰত দুজন মুখ্যমন্ত্ৰী পালে…

কংগ্ৰেছৰ কটাক্ষঃ অসমৰ ৰাইজে বিগত ৫বছৰত দুজন মুখ্যমন্ত্ৰী পালে…
  • ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংবাদমেল।
  • সংবাদমেলত উপস্থিত এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং।
  • সাংসদ আব্দুল খালেকৰ লগতে পাঞ্জাৱৰ সাংসদ যশবীৰ সিং গীলো উপস্থিত সংবাদমেলত।
  • সংবাদমেলত বিজেপি বিৰুদ্ধে অভিযোগ মুকলি কংগ্ৰেছৰ।
  • ২০১৬ত দিয়া জাতি মাটি ভেটিৰ শ্লোগানৰ বিপৰীত কাম কৰাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে
  • এন আৰ চি ৰ নামত ব্যাপক খেলিমেলি আৰু দুৰ্নীতিৰ অভিযোগ
  • বহু যোগ্য নাগৰিকৰ নাম এন আৰ চিৰ পৰা বাদ পৰাৰ অভিযোগ চৰকাৰৰ ভুলৰ বাবে।
  • ২৫লাখক চাকৰি দিম বুলি ঠগিলে বিজেপিয়ে।
  • বিজিপি ছিণ্ডিকেটৰ চৰকাৰ বুলিও অভিযোগ কংগ্ৰেছৰ।
  • অসমত দুটা ভাগত চলে ছিণ্ডিকেট চলে বুলি সদৰি কৰিলে তেওঁ।
  • এটা ছিণ্ডিকেট মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে চলাই আৰু আনটো ছিণ্ডিকেট চুপাৰ CM হিমন্তই চলায়।
  • অসমৰ ৰাইজে এজন মুখ্যমন্ত্ৰীৰ বাবে ভোট দিছিল। কিন্তু ৰাইজে যোৱা ৫ বছৰত ২জন মুখ্যমন্ত্ৰী পালে।
  • কোৰোনাৰ নামতো লুন্ঠনৰ অভিযোগ বিজেপি চৰকাৰৰ বিৰুদ্ধে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in