পুনৰ ২৫০ টকাকৈ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য…

পুনৰ ২৫০ টকাকৈ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য…
  • পুনৰ বৃদ্ধি ৰন্ধন গেছৰ মূল্য।
  • বৃহস্পতিবাৰৰ পৰা বৃদ্ধি হ'ল ব্যৱসায়িক ৰন্ধন গেছৰ মূল্য।
  • ১৯ কিলো ব্যৱসায়িক চিলিণ্ডাৰৰ দাম বৃদ্ধি।
  • প্ৰতিটো ব্যৱসায়ীক চিলিণ্ডাৰত ২৫০ টকাকৈ বৃদ্ধি হয় ।
  • নতুন মূল্য হ'ব ২২৫৩ টকা।
  • অৱশ্যে ঘৰুৱা চিলিণ্ডাৰৰ দাম বৃদ্ধি হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in