উত্তৰ প্ৰদেশত নিৰ্মীয়মান অট্টালিকা খহি ৫জনৰ মৃত্যু

উত্তৰ প্ৰদেশত নিৰ্মীয়মান অট্টালিকা খহি ৫জনৰ মৃত্যু
  • উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত খহি পৰিল নিৰ্মীয়মান অট্টালিকা৷
  • অট্টালিকাটোৰ নিৰ্মানৰ দায়িত্বপ্ৰাপ্ত অভিযন্তাৰ ভুলৰ বাবেই খহি পৰাৰ সন্দেহ৷
  • নিহত হ'ল অট্টালিকাটোৰ কামত নিয়োজিত ৫ জন মজদুৰ, আহত ৭ জন৷
  • আহত সকলৰ ভিতৰত দুজনৰ অতি সংকটজনক অৱস্থা৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in