আজি দিল্লীলৈ যাব মুখ্যমন্ত্ৰী…

আজি দিল্লীলৈ যাব মুখ্যমন্ত্ৰী…
  • আজি দিল্লীলৈ যাব মুখ্যমন্ত্ৰী সোণোৱাল।
  • বিয়লি ৪ বজাত দিল্লীমুখী হ'ব মুখ্যমন্ত্ৰী।
  • তাৰপূৰ্বে প্ৰথমে জু-ৰোডৰ নিউ বৃন্দাবনত আয়োজিত এক অনুষ্ঠিত এক অনুষ্ঠাত অংশ ল'লে তেওঁ।
  • তাৰপাছত তেওঁ যোগ দিব কলাক্ষেত্ৰৰ এক অনুষ্ঠানত।
  • মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা।
  • মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হৈ যোৱা সময়ত ৰাজপথেৰে যাবলৈ দিয়া নাই কোনো লোকক।
  • ক'লা পতাকা প্ৰদৰ্শনেৰে প্ৰতিবাদ কৰাৰ আশংকাত এই কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in