শেহতীয়া খবৰ
পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...  •  চৰাইদেউত “গ্ৰীষ্মকালীন গীতৰ কৰ্মশালা”ৰ আয়োজন

আজি দিল্লীলৈ যাব মুখ্যমন্ত্ৰী…

899
  • আজি দিল্লীলৈ যাব মুখ্যমন্ত্ৰী সোণোৱাল।
  • বিয়লি ৪ বজাত দিল্লীমুখী হ’ব মুখ্যমন্ত্ৰী।
  • তাৰপূৰ্বে প্ৰথমে জু-ৰোডৰ নিউ বৃন্দাবনত আয়োজিত এক অনুষ্ঠিত এক অনুষ্ঠাত অংশ ল’লে তেওঁ।
  • তাৰপাছত তেওঁ যোগ দিব কলাক্ষেত্ৰৰ এক অনুষ্ঠানত।
  • মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা।
  • মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হৈ যোৱা সময়ত ৰাজপথেৰে যাবলৈ দিয়া নাই কোনো লোকক।
  • ক’লা পতাকা প্ৰদৰ্শনেৰে প্ৰতিবাদ কৰাৰ আশংকাত এই কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি