আজি দায়িত্বভাৰ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টা আৰ কে পছনন্দাই

আজি দায়িত্বভাৰ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টা আৰ কে পছনন্দাই
  • আজি দায়িত্বভাৰ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টা আৰ কে পছনন্দাই।
  • ১৯৮৩ বৰ্ষৰ আই পি এছ বিষয়া পচনন্দা।
  • এন ডি আৰ এফ আৰু আই টি বি পিৰ পূৰ্বৰ সঞ্চালক আছিল পচনন্দা।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত পৰিস্থিতি উত্তপ্ত হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰীয়ে নিযুক্তি দিছিল নিৰাপত্তা উপদেষ্টা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in