দিল্লীৰ অগ্নিকাণ্ডত নিহতৰ পৰিয়াললৈ ১০ লাখ টকাকৈ সাহায্য ঘোষণা মুখ্যমন্ত্ৰী কেজৰিৱালৰ

দিল্লীৰ অগ্নিকাণ্ডত নিহতৰ পৰিয়াললৈ ১০ লাখ টকাকৈ সাহায্য ঘোষণা মুখ্যমন্ত্ৰী কেজৰিৱালৰ
  • দিল্লীৰ অগ্নিকাণ্ডৰ ঘটনাক লৈ শোক প্ৰকাশ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।
  • নিহত সকলৰ পৰিয়াললৈ ১০ লাখ টকাকৈ সাহায্য প্ৰদানৰ ঘোষণা।
  • আহত সকলক প্ৰদান কৰা হ'ব ১ লাখ টকাকৈ।
  • আনহাতে আহত সকলৰ সম্পূৰ্ণ চিকিৎসাৰ খৰছ দিল্লী চৰকাৰে বহন কৰিব বুলিও জনায় কেজৰিৱালে।
  • উল্লেখ্য যে, দেওবাৰে দিল্লীৰ ৰাণী ঝাঁচী ৰোডত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড।
  • এটা ফেক্টৰীৰ অট্টালিকাত সংঘটিত অগ্নিকাণ্ডত ৪৩ জন লোক নিহত হয়।
  • আনফালে অগ্নিকাণ্ডত অৰ্ধশতাধিক লোক আহত হৈ চিকিৎসাধীন হৈ আছে।
  • ঘটনাৰ পিছতে অট্টালিকাটোৰ মালিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in