শেহতীয়া খবৰ
কোৰোনাত আক্ৰান্ত হৈ কি ক'লে ভাস্কৰজ্যোতি মহন্তই...  •  ট্ৰাম্প সংবাদ মেলত ব্যস্ত থকাৰ সময়তেই আমেৰিকাৰ হোৱাইট হাউচত গুলীবৰ্ষণ...  •  ধেমাজি টাউন ব্ল’ক কংগ্ৰেছৰ উদ্যোগত "পৰিবেশ প্ৰভাৱ নিৰূপন খচৰা ২০২০"ৰ বিৰুদ্ধে সজাগতামূলক সভা-মানৱ শৃংখল কাৰ্যসূচী...  •  ধেমাজি প্ৰেছ ক্লাৱত বিধায়ক ৰনোজ পেগুৰ সংবাদমেল...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  ৰাজ্যত পুনৰ ২৯০০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬১,৭৩৭জনলৈ বৃদ্ধি...  •  প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন, ৰখা হৈছে ভেন্টিলেটৰ ছাপৰ্টত...  •  দূৰদৰ্শনত ‘শ্ৰীমন্ত শংকৰদেৱ’ ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধৰ দাবী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মিছনৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...

দিল্লীৰ অগ্নিকাণ্ডত নিহতৰ পৰিয়াললৈ ১০ লাখ টকাকৈ সাহায্য ঘোষণা মুখ্যমন্ত্ৰী কেজৰিৱালৰ

191
  • দিল্লীৰ অগ্নিকাণ্ডৰ ঘটনাক লৈ শোক প্ৰকাশ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।
  • নিহত সকলৰ পৰিয়াললৈ ১০ লাখ টকাকৈ সাহায্য প্ৰদানৰ ঘোষণা।
  • আহত সকলক প্ৰদান কৰা হ’ব ১ লাখ টকাকৈ।
  • আনহাতে আহত সকলৰ সম্পূৰ্ণ চিকিৎসাৰ খৰছ দিল্লী চৰকাৰে বহন কৰিব বুলিও জনায় কেজৰিৱালে।
  • উল্লেখ্য যে, দেওবাৰে দিল্লীৰ ৰাণী ঝাঁচী ৰোডত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড।
  • এটা ফেক্টৰীৰ অট্টালিকাত সংঘটিত অগ্নিকাণ্ডত ৪৩ জন লোক নিহত হয়।
  • আনফালে অগ্নিকাণ্ডত অৰ্ধশতাধিক লোক আহত হৈ চিকিৎসাধীন হৈ আছে।
  • ঘটনাৰ পিছতে অট্টালিকাটোৰ মালিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি