কোভিড ভেকচিন সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল…

ফাইল ফটো
ফাইল ফটো
  • জনতা ভৱনত শনিবাৰে পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।
  • কোভিড পৰিস্থিতি আৰু ভেকচিন সন্দৰ্ভত এই সংবাদমেল।
  • জিলাসমূহৰ প্ৰশাসন, উপায়ুক্তৰ সৈতে আলোচনাত বহাৰ পাছত সম্বোধন কৰে এই সংবাদমেল।
  • মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাতে অনুষ্ঠিত হয় এই বৈঠক।
  • দুটা ছিফ্টত দিয়া হ'ব ভেকচিন।
  • শুকুৰবাৰে ১ লাখ ১৬ হাজাৰ ভেকচিন প্ৰদান।
  • ২১ জুনৰ পৰা ভেকচিন আৰু ক্ৰয় কৰিব নালাগে।
  • ভাৰত চৰকাৰে প্ৰদান কৰিব ভেকচিন।
  • পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ দিয়া হ'ব ভেকচিন।
  • এমাহত ৯০ লাখে পাব ভেকচিন।
  • এতিয়ালৈ প্ৰায় ৫০ লাখ লোকক দিয়া হৈছে ভেকচিন।
  • স্বাস্থ্যকৰ্মীয়ে প্ৰতিদিনাই পাব ১০০ টকাকৈ।
  • সোমবাৰৰ পৰা প্ৰতিদিনাই ৩ লাখ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য।
  • ১৮ বছৰৰ উৰ্ধৰ লোকেও পাব ভেকচিন।
  • টীকাকৰণ কেন্দ্ৰতে হ'ব অনলাইন পঞ্জীয়ন।
  • ১ জুলাইৰ পৰা চৰকাৰী কাৰ্যালয় খুলিব লাগিব।
  • সেয়েহে চৰকাৰী কৰ্মচাৰীসকলে যাতে ভেকচিন লয় তাৰ বাবে আহ্বান মুখ্যমন্ত্ৰীৰ।
  • গাৰ্জেন মিনিষ্টাৰ আৰু গাৰ্জেন ছেক্ৰেটাৰীয়ে অহা ৭ দিন নিজৰ নিজৰ জিলাসমূহত কেম্পেইন কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in