ৰাজকোষৰ দুৱাৰ প্রধানমন্ত্রীয়ে উত্তৰ-পূবৰ বাবে মুকলি কৰি দিছেঃ হিমন্ত বিশ্ব শৰ্মা…

ৰাজকোষৰ দুৱাৰ প্রধানমন্ত্রীয়ে উত্তৰ-পূবৰ বাবে মুকলি কৰি দিছেঃ হিমন্ত বিশ্ব শৰ্মা…
  • ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত।
  • সভাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত কয়-
  • 'ভাৰতীয় জনতা পাৰ্টি এটা ৰাজনৈতিক দলেয়ে নহয়'
  • 'বিজেপি দেশৰ জনগণৰ বাবে উৎসৰ্গিত এক ৰাজনৈতিক সত্ত্বা'
  • 'ভাৰতৰ সভ্যতা সংস্কৃতিয়ে নতুন গতি লাভ কৰিছে'
  • 'লুইতৰ পাৰত থিয় হৈ প্রধানমন্ত্রীৰ দীৰ্ঘায়ু কামনা কৰিছো'
  • 'ভাৰতবৰ্ষক বিশ্বগুৰু আসনত প্রতিষ্ঠা কৰক'
  • 'মোডীৰ নেতৃত্বত বিজেপিয়ে উন্নতিৰ শিখৰত অৱনীত হৈছে'
  • 'আমাৰ সমস্যা নিৰীক্ষণৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোডী আছে'
  • 'আমি নৰেন্দ্র মোডী হ'ব নোৱাৰো'
  • 'কিন্তু নৰেন্দ্র মোডীৰ আদৰ্শ, পদাংক অনুসৰণ কৰিব পাৰো'
  • 'বগীবিল, ধলাশদিয়াৰ ৰাস্তা হ'ল'
  • 'ৰাজকোষৰ দুৱাৰ প্রধানমন্ত্রীয়ে উত্তৰ-পূবৰ বাবে মুকলি কৰি দিছে'
  • 'এতিয়া অসমে আন্দোলন নকৰাকৈ উত্তৰ গুৱাহাটী সংযোগী দলং পাইছে'
  • 'আন্দোলন নকৰাকৈয়ে এইমছ হাস্পতাল পালে'
  • 'ছমাহৰ ভিতৰত এইমছ হাস্পতাল সম্পূৰ্ণ হ'ব'
  • 'আমাৰ ভাগ্য আমি পৰিৱৰ্তন কৰিব লাগিব'
  • 'ভাগ্য পৰিৱৰ্তনৰ বাবে মাত্র ৫টা বছৰ আছে'
  • 'এই ৫ টা বছৰ কাম কৰিব লাগিব'
  • 'মন্ত্রী বিধায়ক অহংকাৰী হ'ব নালাগিব'
  • 'গৃহমন্ত্রীৰ নেতৃত্বত বড়োভূমিত শান্তি আহিল'
  • 'ডিমাছা সকলৰ বাবেও শান্তি চুক্তি হোৱাৰ দিশে'
  • 'যি ৰাজ্যত গৰু বিহুৰ দিনা গৰু পূজা কৰো, সেই ৰাজ্যত গো-হত্যা হ'ব দিব নোৱাৰো'
  • 'নিৰ্দিষ্ট লক্ষ্য-উদ্দেশ্য আগত লৈ আমি আগবাঢ়িছো'
  • 'আমি সেই লক্ষ্যত উপনীত হ'মেই'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in