মহামৃত্যুঞ্জয় মন্দিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা…

মহামৃত্যুঞ্জয় মন্দিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা…
  • নগাওঁ ভেৰভেৰী মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।
  • মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে পত্নী ৰিণিকি ভূঞা, বিধায়ক জয়ন্ত মল্ল বৰুৱা ,ৰূপক শৰ্মা,জিতু গোস্বামীয়ে।
  • পোন প্ৰথমে নগাঁও জিলাৰ উপায়ুক্ত ,আৰক্ষী অধীক্ষক সহ প্ৰতিটো বিভাগৰ বিষয়াৰ সৈতে বৈঠকত বহে মুখ্যমন্ত্ৰী গৰাকী।
  • বৃহস্পতিবাৰে কাজিৰঙা বান পৰিস্থিতিৰ ওপৰত তিনিখন জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ সৈতে বৈঠকত বহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
  • অতি শীঘ্ৰে এক লাখ নিযুক্তি প্ৰদান কৰিব লগতে সাংবাদিকৰ সমস্যা সমূহ সকলোৱে মিলি সমাধান কৰিব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে।
  • উল্লেখ্য যে, পত্নী ৰিণিকি ভূঞাৰ সৈতে কাজিৰঙাত নিশাটো কটাব মুখ্যমন্ত্ৰী গৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in