ধুবুৰীৰ গুৰুদ্বাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

ধুবুৰীৰ গুৰুদ্বাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…
  • নৱমীৰ পুৱাই ধুবুৰীৰ গুৰুদ্বাৰত সেৱা লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত দাসো।
  • বুধবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ধুবুৰীত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী।
  • বুধবাৰৰ নিশা ধুবুৰীৰ আৱৰ্ত ভৱনতে কটাই মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in