মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ ৰহস্যজনক মৃত্যু UPDATE

মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ ৰহস্যজনক মৃত্যু UPDATE
  • মুখ্যমন্ত্ৰীৰ বাসগৃহত নিৰাপত্তাৰক্ষী শুক্ৰেশ্বৰ কাঠাৰৰ ৰহস্যজনক মৃত্যু।
  • ৬টাকৈ গুলী লাগিছে শৰীৰত।
  • কৰ্তব্য সম্পূৰ্ণ কৰি বেৰেকত আহি বিশ্ৰাম লৈছিল।
  • 10APBN ৰ লেন্স নায়ক আৰক্ষী জোৱানজন।
  • এ কে ৪৭ৰে ফুটাইছিল গুলী।
  • মুঠ ৬ জাই গুলী মাৰিছিল।
  • পেটতো লাগিছে এটা গুলী।
  • মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা প্ৰথমে নিয়া হৈছিল এম এম চিলৈ।
  • প্ৰায় ৮.৪৫বজাত মৃত ঘোষণা চিকিৎসকৰ ।
  • বৰ্তমান মৃতদেহ লৈ যোৱা হৈছে জি এম চি এইচলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in