নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আছুসহ ২৯ দল-সংগঠনৰ সকীয়নি বিক্ষোভ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আছুসহ ২৯ দল-সংগঠনৰ সকীয়নি বিক্ষোভ
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী।
  • গণেশ মৈদানৰ পৰা জনতা ভৱনলৈ সমদল কৰিব আছুসহ ২৯টা জাতীয় দল-সংগঠনে।
  • ৰাজ্য চৰকাৰক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান দল-সংগঠন কেইটাৰ।
  • সকীয়নি বিক্ষোভত লুৰিণজ্যোতি গগৈৰ ঘোষণা-
  • 'চৰকাৰক আমি ছাত্ৰ সন্থাই প্ৰত্যাহ্বান জনাইছো।'
  • 'আমি সুধিব বিচাৰো- চৰকাৰ অসমৰ খিলঞ্জীয়াৰ পক্ষত আছে নে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আছে?'
  • 'জাতি-মাটি-ভেটিৰ কথা কৈ গঠন হোৱা চৰকাৰে ৰাজহুৱাভাৱে ৰাইজক জনাওক নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰে নে নকৰে'
  • সকীয়নি বিক্ষোভত বক্তব্য আৰম্ভ সমুজ্জ্বল ভট্টাচাৰ্যৰ।
  • 'আমি দিছপুৰলৈ আহিছো মুখ্যমন্ত্ৰীক সকীয়নি দিবলৈ।'
  • 'মুখ্যমন্ত্ৰীয়ে ক'ব লাগিব, হয় আমি এই বিধেয়কৰ বিৰোধিতা কৰিছো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in