মুম্বাইত চিআইএছএফ জোৱানৰ স্বচ্ছ ভাৰত কাৰ্যসূচী

মুম্বাইত চিআইএছএফ জোৱানৰ স্বচ্ছ ভাৰত কাৰ্যসূচী
  • বৰ্তমান দেশজুৰি চলি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা 'স্বচ্ছ ভাৰত মিছন' কাৰ্যসূচী।
  • শুকুৰবাৰে মুম্বাইতো চিআইএছএফৰ জোৱানে পৰিষ্কাৰ কৰিলে জুহু বিচ্চ।
  • পুৱতি নিশাই জোৱানসকলে পৰিষ্কাৰ কৰিলে বিচ্চ।
  • দেশখন পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে প্ৰধানমন্ত্ৰীজনে এই কাৰ্যসূচী আৰম্ভ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in