ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাৰ বাসগৃহত আৰক্ষী-চিআইডিৰ অভিযান, উদ্ধাৰ হেৰ’ইন…

ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাৰ বাসগৃহত আৰক্ষী-চিআইডিৰ অভিযান, উদ্ধাৰ হেৰ’ইন…
  • বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাৰ বাসগৃহত ভঙাগড় আৰক্ষী আৰু চিআইডিৰ অভিযান।
  • অভিযানত উদ্ধাৰ হেৰ'ইনৰ ৩৮টা কণ্টেইনাৰ।
  • ভঙাগড়ৰ কামাখ্যা নগৰস্থিত বাসগৃহত যৌথভাৱে চলোৱা হয় এই অভিযান।
  • হিম্মৎসিংকাৰ লগতে তেওঁৰ গাড়ী চালক শত্ৰুঘ্ন কান্তিক চি আই ডি কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ।
  • মঙলবাৰে দিনৰ ১১ বজাত চিআইডি কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ দুয়োকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in