শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাৰ বাসগৃহত আৰক্ষী-চিআইডিৰ অভিযান, উদ্ধাৰ হেৰ’ইন…

1,469
  • বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাৰ বাসগৃহত ভঙাগড় আৰক্ষী আৰু চিআইডিৰ অভিযান।
  • অভিযানত উদ্ধাৰ হেৰ’ইনৰ ৩৮টা কণ্টেইনাৰ।
  • ভঙাগড়ৰ কামাখ্যা নগৰস্থিত বাসগৃহত যৌথভাৱে চলোৱা হয় এই অভিযান।
  • হিম্মৎসিংকাৰ লগতে তেওঁৰ গাড়ী চালক শত্ৰুঘ্ন কান্তিক চি আই ডি কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ।
  • মঙলবাৰে দিনৰ ১১ বজাত চিআইডি কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দুয়োকে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি