শেহতীয়া খবৰ
কোভিড ১৯ প্ৰট'কল মানি মানকাচৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয় পাঠদান...  •  মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ...  •  বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...

অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিলে ৱাই এছ জগন মোহন ৰেড্ডীয়ে…

119
  • অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিলে ৱাই এছ জগন মোহন ৰেড্ডীয়ে।
  • শনিবাৰে পুৱাই উপস্থিত হ’লগৈ অমৰাৱতীৰ সচিবালয়ত।
  • সচিবালয়ৰ কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰীজনক জনালে উষ্ম আদৰণি।
  • যোৱা ৩০ মে’ত নতুন চৰকাৰখনে লৈছিল শপত।
  • জগন মোহন ৰেড্ডীৰ মন্ত্ৰীসভাত আছে ৫ জনকৈ উপ মুখ্যমন্ত্ৰী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি