অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিলে ৱাই এছ জগন মোহন ৰেড্ডীয়ে…

অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিলে ৱাই এছ জগন মোহন ৰেড্ডীয়ে…
  • অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিলে ৱাই এছ জগন মোহন ৰেড্ডীয়ে।
  • শনিবাৰে পুৱাই উপস্থিত হ'লগৈ অমৰাৱতীৰ সচিবালয়ত।
  • সচিবালয়ৰ কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰীজনক জনালে উষ্ম আদৰণি।
  • যোৱা ৩০ মে'ত নতুন চৰকাৰখনে লৈছিল শপত।
  • জগন মোহন ৰেড্ডীৰ মন্ত্ৰীসভাত আছে ৫ জনকৈ উপ মুখ্যমন্ত্ৰী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in