মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চকৰ ফোন…

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চকৰ ফোন…
  • মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নামত জালিয়াতি।
  • উচ্চ ন্যায়ালয়ৰ দুজন মুখ্য ন্যায়াধীশলৈ ফোন কল প্ৰৱঞ্চকৰ।
  • ৰঞ্জন গগৈৰ কণ্ঠ নকল কৰি ফোন কল কৰিছিল প্ৰৱঞ্চকে।
  • অধিবক্তাৰ নাম বিচাৰিলে ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে।
  • তেলেংগানা উচ্চ ন্যায়ালয় আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ ফোন কল প্ৰৱঞ্চকৰ।
  • নিয়মীয়া বাৰ্তালাপৰ সময়তহে ওলাই পৰে প্ৰকৃত কথা।
  • মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in